হেঁপাহৰ ৰামধেনু ৰং
ন পুৰণি সদস্যৰ বাবে নাম ভৰ্তিৰ ফ্ৰম। সকলো পঢ়ি তালিকা পূৰণ কৰিব। ভুল লিখিলে গ্ৰুপৰ পৰা বহিষ্কাৰ কৰা হব। গ্ৰুপৰ এডমিন সকলৰ নাম:-. Pallav(zahnu), Geet Gunjon, Babu,. Debashis and Tulika
তোমাৰ ফটো এখন মাৰি দিয়া।
Browse Files
DSLR মৰা ফটো নিদিবা। এতিয়া ডাইৰেক সেলফি মাৰি দিয়া ফৰ্মেলত মাৰিবা।
Cancel
of
আপোনাৰ নাম লিখক
নাম
উপাধি
তোমাৰ পৰিচয় দিয়া
মাৰ নাম
দেউতাৰ নাম
গাওঁ বা চহৰ নাম
জিলা
পিন নং আৰু পুলিচ থানা
কি কৰা তুমি ? যদি পঢ়ি আছা, কি পঢ়িছা লিখা।
উদাহৰণ:- মই অইলত চাকৰি কৰো বা মই প্ৰথম শ্ৰেণীত পঢ়ি
তোমাৰ E-mail লিখা
example@example.com
তোমাৰ বয়স আৰু কোন চনত জন্ম লিখা
যেনে:- 21 বছৰ ( 29/04/1998 )
তোমাৰ ইউটিউব চেনেলটোৰ নাম কি?
উদাহৰণ:- BULLETIN POST এনেকৈ লিখিবা
আমাৰ গ্ৰুপত থাকিলে বেলেগ গ্ৰুপৰ পৰা left লব লাগিব। পৰিবা নে নোৱাৰা লিখা?
উদাহৰণ:- পাৰিম বা নোৱাৰিম। যদি আছে কি গ্ৰুপত আছে নাম লিখক
গ্ৰুপত join হোৱা তাৰিখ লিখক
/
Day
/
Month
Year
Date
যদি তুমি পুৰণা সদস্য। গ্ৰুপত থাকি কেনেকুৱা লাগিছে
1
2
3
4
5
বেয়া
ভাল
1 is বেয়া, 5 is ভাল
হেঁপাহৰ ৰামধেনু ৰং কি এবাৰ পঢ়ি লওক:-
ৰামধেনু YouTuber WhatsApp group ৰ বাহিৰে ইয়াত আন কোনো মেম্বাৰ হব নোৱাৰিব। ইয়াত বন্ধুসকলে নিজৰ কামৰ কথা আলোচনা কৰাৰ লগতে হাঁহি ধেমালি কৰিব পাৰিব। মনত ৰাখিবা হাঁহি ধেমালি আনন্দ এইবোৰে মানুহক কাম কৰাত প্ৰেৰনা যোগাই, সাহস দিয়ে আৰু সদায় মানুহক সুস্থ কৰি ৰাখে। কৰ্মৰ লগতে আমাক বন্ধুত্বৰো প্ৰয়োজন। কিন্ত সকলোৱে আত্মসন্মান বজাই ৰাখিবা। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিশ্চয়। . ধন্যবাদ
গ্ৰুপৰ নিয়মাৱলী পঢ়ি লওক:-
ৰামধেনু ৰঙৰ সকলো সদস্য আৰু এডমিন সকলৰ সিধান্ত অনুসৰি গ্ৰুপটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ২০ মে ২০২০ তাৰিখৰ পৰা নিদিষ্ট সময় সীমা বান্ধি দিয়া হৈছে। আশাকৰোঁ সকলো সন্মানীয় সদস্যই নিয়মাৱলী মানি চলিব* 🌈 GooD MorninG 🌞Time :পুৱা 06:00 am - 9:30am* এই সময়ছোৱাত সকলোৱে ইজনে সিজনৰ লগত কথা পাতিব। পুৱাৰ সম্ভাষণ জনাই দিনটোৰ কাৰ্যসূচী আগবঢ়াব_ 🌈 ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 2.00 বজালৈ* গ্ৰুপ বন্ধ থাকিব এই সময়ছোৱাত আপোনালোকে নিজৰ নিজৰ কাম বোৰ কৰিব_ 🌈 Funny time🤗 *02:00 pm to 3.30 pm*। 🌈 DiscusS Time📖📝- 3.30pm to 06:30 pm* এই সময়ছোৱাত YouTube Related সকলো ধৰণৰ সমস্যা সমাধানৰ ওপৰত আলোচনা হ'ব লগতে প্ৰত্যেকৰে নিজা মন্তব্য আগবঢ়াব লগতে গ্ৰুপৰ নীতি নিয়মৰ ওপৰত সংগতি ৰাখি আলোচনা কৰা হ'ব । 🌈 06:00pm to 09:00pm* লৈকে এই গ্ৰুপটো বন্ধ কৰা থাকিব । এই সময়ছোৱাত সকলো সদস্যই আমাৰ মূল গ্ৰুপ *হেঁপাহৰ ৰামধেনু ইউটিউব* গ্ৰুপত গৈ watch time অাৰু Subscribed দিব লাগিব।এই সময়ছোৱাত ৰামধেনু ইউটিউব হোৱাটচ এপ গ্ৰুপৰ সকলো সন্মানীয় সদস্য Active থকাটো বাধ্যতামূলক। 🌈 GooD NighT 🛌 Time 👉09:00 pm-11.00pm এই সময়ছোৱাত দিনটোৰ সকলো ধৰণৰ কথা পাতিব পাৰিব। 🌈 ওপৰত উল্লেখিত সকলো সময়সূচী ৰামধেনু ৰঙৰ সন্মানীয় সদস্য সকলে মানি চলাটো বাধ্যতামূলক_। , , , _বিনয়েৰে_ , *এডমিন*_ * *হেঁপাহৰ ৰামধেনু ৰং*_
Subscribe আৰু watch time দি ভাল পোৱা নে?
পাওঁ
নাপাওঁ
Save
Submit
Should be Empty: